Nahor 2023
Similar songs
Rémi: Jémi:
Gautam Konwar05:36
04:47
Sitika
Noori Alisha,Apurba Jaan04:30
Mayazaal
Zubeen Garg,Rupankrita Kalita03:51
Bixad Xona
Ankurjyoti Boruah03:39
Tuk Jenekuwai Lage Moi Tenekuwai
Ramesh Moran,Gargi Das04:17
Métila Duyé
Janmoni Narah,Prafulla Changmai04:52
Ginam Gilabong
Mukesh Kaman03:41
Menam Ajona
Riyan Raj02:55
Dhet Teri
Riyan Raj04:13
Similar Songs
Rémi: Jémi:
Gautam Konwar
Lejor
Nisha Ome,Bhabesh Darik,Riyan Raj
Sitika
Noori Alisha,Apurba Jaan
Mayazaal
Zubeen Garg,Rupankrita Kalita
Bixad Xona
Ankurjyoti Boruah
Tuk Jenekuwai Lage Moi Tenekuwai
Ramesh Moran,Gargi Das
Métila Duyé
Janmoni Narah,Prafulla Changmai
Ginam Gilabong
Mukesh Kaman
Menam Ajona
Riyan Raj
Dhet Teri
Riyan Raj
About song
Genre :Bihu
4896 Plays
Music: Dipkesh Borgohain
Tune: Prasanna Parash
Lyricist: Mantu Das
Composition: Mantu Das
Copyright © MD Production
Lyrics
লৰা পাঠ : যোজনা
নাহৰ ফুলাৰ বতৰতে
মোৰ জান ঐ...
তোলৈয়ে মনতে পৰে
অ ....নাহৰ
তোলৈয়ে মনতে পৰে
লৰা পাঠ :
অ নাহৰ তগৰ ফুলে
প্ৰতিটো বহাগতে
অ নাহৰ তগৰ ফুলে
প্ৰতিটো বহাগতে
বিহুৰে ঐ তলিতে ঢোল
পেঁপাৰে লহৰ
নাছিলে মোৰ তোৰে সতে
নালাগে ভাগৰ
অ নাহৰ তগৰ ফুলে ঐ....
ছোৱালী পাঠ :
মৰম কিনো কৰোঁ
ভাৱনাতে মৰো মৰো
মৰম কিনো কৰোঁ মই...
বুকুৰ বাগিছাতে
প্ৰেমৰে কি ফুল ফুলে
সযতনে ৰাখিবিনে তই
লৰা পাঠ :
বুকুতে মোৰ বাজিছে চোন
ঢোলৰে চাপৰ
নাছিলে মোৰ তোৰে সতে
নালাগে ভাগৰ
অ নাহৰ তগৰ ফুলে ঐ....
-----------অন্তৰা------------
লৰা পাঠ :
কপৌ ফুলে বহাগত
মৰম বাঢ়ে অন্তৰত
বলিছে প্ৰেমৰে ঢৌ
যৌৱনৰে যোৱাৰত
ছোৱালী পাঠ :
আমনি কৰে নিজানত
ভবা কথাই মৰমত
বগাব মই বিচাৰোঁ
তোৰ মৰমৰে পাহাৰত
বিহুৰে ঐ তলিতে ঢোল
পেঁপাৰে লহৰ
নাছিলে মোৰ তোৰে সতে
নালাগে ভাগৰ
লৰা পাঠ :
অ নাহৰ তগৰ ফুলে ঐ....
-----------অন্তৰা------------
লৰা পাঠ :
ধাননি ঐ পথাৰত
সোনালী ধান যৌৱনত
মৰমতে সাচি থ'ম
বুকুৰে ঐ ভড়ালত
ছোৱালী পাঠ :
মনৰ পখী মৰমত
উৰা মাৰে আকাশত
চেনাই তোকে ভাবিছো
পাবলে মই ব'হাগত
বুকুতে মোৰ বাজিছে চোন
ঢোলৰে চাপৰ
নাছিলে মোৰ তোৰে সতে
নালাগে ভাগৰ
লৰা পাঠ :
অ নাহৰ তগৰ ফুলে ঐ....